A SIMPLE KEY FOR ASSAMESE SYNONYMS UNVEILED

A Simple Key For Assamese synonyms Unveiled

A Simple Key For Assamese synonyms Unveiled

Blog Article

চীনাংশুক, পটাম্বৰ, পট্টবস্ত্ৰ, পট্টাম্বৰ, পাটকাপোৰ, ৰেচমী কাপোৰ, ক্ষৌমবস্ত্ৰ৷

through the Assamese synonyms civil wars involving the sons of Shah Jahan, the king of Assam renewed his predatory incursions into Bengal; upon the termination of the contest, Aurangzeb identified to avenge these recurring insults, and despatched a substantial power for your standard invasion on the Assamese territory (1660-1662).

ইষুধি, কঁড়ীয়া, তূণ, তূণীৰ, নিষ, নিষংগ, বাণাধাৰ, বাণাধি, বাণাশ্ৰয়, শৰধি, শৰাধাৰ, শৰাশ্ৰয়৷

অনন্তশয়ন, আয়ুপাত, ইহলীলা সম্বৰণ, গ্রহণ, চিৰনিদ্ৰা, চিৰবিদায়, চিৰশান্তি লাভ, জীৱনাৱসান, তিৰোধান, দেহত্যাগ, দেহপাত, দেহান্ত, দেহাৱসান, দেহৰক্ষা, নৰনাট সমাপন, পঞ্চত্বপ্ৰাপ্তি, পৰলোকগমন, পৰলোকযাত্ৰা, প্ৰয়াণ, প্ৰাণত্যাগ, বৈকুণ্ঠপ্রয়াণ, ভৱলীলা সমাপন, মৰণ, মৃত্যু, শেষনিশ্বাস ত্যাগ, স্বৰ্গগমন৷

একেবাৰে, গোটেই, তেনেই, নিখিল, সদৌ, সমগ্ৰ, সমস্ত, সমুদায়, সমূলি৷

তেওঁক চয়তান (প্ৰতিৰোধী), দিয়াবল (মিছা অপবাদ দিয়া), সৰ্প (প্ৰবঞ্চক শব্দৰ সমাৰ্থযুক্ত), প্ৰলোভনকাৰী আৰু মিছলীয়া বুলি কোৱা হয়।

দৰাচলতে, প্ৰকৃততে, যথাৰ্থতে, স্বৰূপতে৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

অগুণকাৰী, অশলাগী, কৃতঘ্ন, খাই পাত ফলা, নিমখহাৰাম৷

অদিভিৎ, অমৰনাথ, অমৰপতি, অমৰেশ, আখণ্ডল, কুলিশী, গোত্ৰভিৎ, ঘনবাহন, জম্ভাৰাতি, জম্ভাৰি, জীমূতবাহন, ত্ৰিদশাধিপতি, দিৱস্পতি, দেৱৰাজ, দেৱপতি, দেৱেন্দ্ৰ, পৰ্জন্য, পাকশাসন, পুৰন্দৰ, পুৰুহূত, পুৰুদ্ৰুহ, পূতক্ৰতু, প্ৰাচীপতি, বজ্ৰধৰ, বজ্ৰপাণি, বজ্ৰী, বৰক্ৰতু, বৰত্ৰন্তু, বলবিনাশন, বলভিদ, বলহা, বলসূদন, বলৰিপু, বাসৱ, বাস্তোস্পতি, বৃত্ৰহা, বৃত্ৰাৰি, বৃহদ্ৰথ, মঘৱা, মেঘবাহন, শচীন্দ্ৰ, শচীপতি, শচীবিলাস, শতক্ৰতু, শত্ৰু, সহস্ৰনয়ন, সহস্ৰলোচন, সহস্রাক্ষ, সুনাসীৰ, সুৰপতি, সুৰেন্দ্ৰ, সুৰেশ, সুৰেশ্বৰ, হৰিহয়, হৰ্যশ্ব৷

অস্থিৰ, উতনুৱা, চঞ্চল, চপল, চলৌপাতী, মন পাতল৷

উদ্দীপ্তি, ঔজ্জ্বল্য, চক্‌মকনি, চিক্‌মি‍কনি, জল্‌মলনি, তিৰ্‌বি‍ৰণি, প্রদীপ্তি৷

জৰদগৱ, প্রৱীণ, প্ৰৌঢ়, বয়োবৃদ্ধ, বুঢ়া, বৃদ্ধ, বৰ্ষিষ্ঠ, বৰ্ষীয়ান৷

অগাধ, অতিশয়, অত্যধিক, অধিক, অনল্প, অনেক, উভৈনদী, ওৱাদানি, ঢেৰ, দেধাৰ, প্রচুৰ, প্ৰতুল, প্ৰভূত, বহু, বহুত, বিপুল, বিস্তৰ, সমধিক৷

Report this page